সোনোৱাল মন্ত্ৰীসভাৰ কেবিনেট বৈঠক…

সোনোৱাল মন্ত্ৰীসভাৰ কেবিনেট বৈঠক…
  • সোমবাৰে অনুষ্ঠিত হ'ল সোনোৱাল মন্ত্ৰীসভাৰ কেবিনেট বৈঠক।
  • বৈঠকত গ্ৰহণ কেইবাটাও গুৰুত্বৰূপূৰ্ণ সিদ্ধান্ত।
  • অসমৰ লাইব্ৰেৰীয়ান সকলৰ দৰমহা ৯০০ ৰ পৰা ১২ হাজাৰলৈ বৃদ্ধি কৰাৰ পোষকতা কেবিনেটত।
  • আনহাতে সহায়কসকলৰ দৰমহা বৃদ্ধি কৰা হ'ল ৫৫০ টকাৰ পৰা ৯৫০০ টকালৈ।
  • বেচৰকাৰী বিদ্যালয়ৰ মাচুলৰ ক্ষেত্ৰটো সিদ্ধান্ত বৈঠকত।
  • এতিয়াৰে পৰা কমিটিয়ে নিৰ্ধাৰণ কৰিব বেচৰকাৰী বিদ্যালয়ৰ মাছুল।
  • ব্যৱসায়ীসকলক লৈও সিদ্ধান্ত কেবিনেট বৈঠকত।
  • ষ্ট্ৰিট ভেণ্ডৰ এক্টৰ মতে ব্যৱসায়ৰ স্থান নিৰ্ধাৰণ কৰা হ'ব।
  • ইয়াৰ বাবে জৰীপ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
  • ইতিমধ্যে ১০ খন জিলাত নিযুক্তি দিয়া হৈছে ১০ গৰাকী বিষয়াক।
  • বজালী মহকুমাক পূৰ্ণাংগ জিলা হিচাপে অনুমোদন জনোৱা হৈছে বৈঠকত।
  • বজালীত সৃষ্টি কৰা হৈছে ৮৫ টা নতুন পদ।
  • বাছ চলাচলৰ ক্ষেত্ৰতো সিদ্ধান্ত কেবিনেটৰ।
  • চলাব পাৰিব ৬৮৮ খন বাছ।
  • ইয়াৰে ষ্টেট কেপিটেলৰ ২৩৩ খন আৰু কম দূৰত্বৰ ১৪৭ খন বাছ।
  • দীৰ্ঘ দূৰত্বৰ বাবে চলিবলৈ দিয়া হ'ব ২৩৮খন বাছ।
  • দীৰ্ঘ দূৰত্বৰ বাছসমূহ পাঁচ বছৰৰ বাবে চলিব এ এছ টি চিৰ অধীনত।
  • এছ ডি আৰ এফৰ দুটা নতুন বেটেলিয়ন সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in