মেঘালয়ৰ গাৰো পাহাৰত পুনৰ অসমৰ ব্যৱসায়ীৰ মৃত্যুদেহ উদ্ধাৰ

মেঘালয়ৰ গাৰো পাহাৰত পুনৰ অসমৰ ব্যৱসায়ীৰ মৃত্যুদেহ উদ্ধাৰ
  • মেঘালয়ৰ গাৰো পাহাৰত পুনৰ অসমৰ ব্যৱসায়ীৰ মৃত্যুদেহ উদ্ধাৰ
  • ব্যৱসায়ী জনৰ নাম নুৰ আজিজ।
  • পূব গাৰো পাহাৰ জিলাৰ ডালু থানা এলেকাৰ খেৰাপাৰা পাহাৰত উদ্ধাৰ মৃত্যুদেহটো।
  • যোৱা দেওবাৰে একেলগে অপহৰণ হৈছিল মানকাচৰৰ দুই ব্যৱসায়ী।
  • দুদিন পূৰ্বে ৰাবিউল ইছলামৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত মানকাচৰত দল সংগঠনৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল।
  • শুকুৰবাৰে আন জন ব্যৱসায়ীৰ মৃত্যুদেহ উদ্ধাৰক লৈ মানকাচৰত চেপা উত্তেজনা বিৰাজ কৰিছে।
  • মেঘালয়ৰ সৈতে অসমৰ ব্যৱসায়ী সকলে অসহযোগ আন্দোলন কৰাৰ হুংকাৰ ক্ষুদ্ৰ ব্যৱসায়ী, দল-সংগঠনৰ।
  • এতিয়াও ৩ জন ব্যৱসায়ী মেঘালয়ৰ গাৰো উগ্ৰপন্থীৰ কবলত আছে।
  • মেঘালয় চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে মেঘালয়ৰ উগ্ৰপন্থীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দল-সংগঠনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in