শেহতীয়া খবৰ
মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ  •  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি

মেঘালয়ৰ গাৰো পাহাৰত পুনৰ অসমৰ ব্যৱসায়ীৰ মৃত্যুদেহ উদ্ধাৰ

81
  • মেঘালয়ৰ গাৰো পাহাৰত পুনৰ অসমৰ ব্যৱসায়ীৰ মৃত্যুদেহ উদ্ধাৰ
  • ব্যৱসায়ী জনৰ নাম নুৰ আজিজ।
  • পূব গাৰো পাহাৰ জিলাৰ ডালু থানা এলেকাৰ খেৰাপাৰা পাহাৰত উদ্ধাৰ মৃত্যুদেহটো।
  • যোৱা দেওবাৰে একেলগে অপহৰণ হৈছিল মানকাচৰৰ দুই ব্যৱসায়ী।
  • দুদিন পূৰ্বে ৰাবিউল ইছলামৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত মানকাচৰত দল সংগঠনৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছিল।
  • শুকুৰবাৰে আন জন ব্যৱসায়ীৰ মৃত্যুদেহ উদ্ধাৰক লৈ মানকাচৰত চেপা উত্তেজনা বিৰাজ কৰিছে।
  • মেঘালয়ৰ সৈতে অসমৰ ব্যৱসায়ী সকলে অসহযোগ আন্দোলন কৰাৰ হুংকাৰ ক্ষুদ্ৰ ব্যৱসায়ী, দল-সংগঠনৰ।
  • এতিয়াও ৩ জন ব্যৱসায়ী মেঘালয়ৰ গাৰো উগ্ৰপন্থীৰ কবলত আছে।
  • মেঘালয় চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে মেঘালয়ৰ উগ্ৰপন্থীৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দল-সংগঠনৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি