পাব পাৰে পুৰস্কাৰঃ অসম গ্ৰন্থমেলাৰ প্ৰৱেশ পত্ৰৰ মাজত আয়োজন কৰা ল’টাৰীৰ ফলাফল ঘোষণা…

পাব পাৰে পুৰস্কাৰঃ অসম গ্ৰন্থমেলাৰ প্ৰৱেশ পত্ৰৰ মাজত আয়োজন কৰা ল’টাৰীৰ ফলাফল ঘোষণা…
  • সফলতাৰে সামৰণি পৰিল অসম গ্ৰন্থমেলাৰ।
  • ঘোষণা কৰা হৈছে অসম গ্ৰন্থমেলাৰ প্ৰবেশ পত্ৰৰ মাজত আয়োজন কৰা ল'টাৰীৰ ফলাফল ৷
  • ল'টাৰীৰ ফলাফল অনুসৰি ৫টা নম্বৰে লাভ কৰিছে পুৰস্কাৰ।
  • সেই নম্বৰ কেইটা ক্ৰমে-
  • প্ৰথম পুৰস্কাৰ ০৯৮০৫০,
  • দ্বিতীয় পুৰস্কাৰ ০৬০৮৬৪,
  • তৃতীয় পুৰস্কাৰ ০৯৮০২২,
  • চতুৰ্থ পুৰস্কাৰ ০৫৭৮০০,
  • পঞ্চম পুৰস্কাৰ ০৫৬৩৪২

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in