শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

পাব পাৰে পুৰস্কাৰঃ অসম গ্ৰন্থমেলাৰ প্ৰৱেশ পত্ৰৰ মাজত আয়োজন কৰা ল’টাৰীৰ ফলাফল ঘোষণা…

  • সফলতাৰে সামৰণি পৰিল অসম গ্ৰন্থমেলাৰ।
  • ঘোষণা কৰা হৈছে অসম গ্ৰন্থমেলাৰ প্ৰবেশ পত্ৰৰ মাজত আয়োজন কৰা ল’টাৰীৰ ফলাফল ৷
  • ল’টাৰীৰ ফলাফল অনুসৰি ৫টা নম্বৰে লাভ কৰিছে পুৰস্কাৰ।
  • সেই নম্বৰ কেইটা ক্ৰমে-
  • প্ৰথম পুৰস্কাৰ ০৯৮০৫০,
  • দ্বিতীয় পুৰস্কাৰ ০৬০৮৬৪,
  • তৃতীয় পুৰস্কাৰ ০৯৮০২২,
  • চতুৰ্থ পুৰস্কাৰ ০৫৭৮০০,
  • পঞ্চম পুৰস্কাৰ ০৫৬৩৪২