ৰে’ল ষ্টেছন, বিমান বন্দৰতো অসম বন্ধৰ প্ৰভাৱ

ৰে’ল ষ্টেছন, বিমান বন্দৰতো অসম বন্ধৰ প্ৰভাৱ
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে আহ্বান জনোৱা বন্ধ পৰিলক্ষিত হৈছে সৰ্বত্ৰে।
  • মহানগৰীত ৰে'ল চলাচলতো প্ৰভাৱ পৰিছে এই বন্ধৰ সময়ছোৱাত।
  • গোলাঘাটৰ ফৰকাটিঙত ৰেলপথ অৱৰোধ কৰিছে বন্ধ সমৰ্থকে।
  • ৰাজ্যৰ আন স্থানতো বন্ধৰ সমৰ্থকে অৱৰোধ কৰিছে ৰে'ল পথ।
  • ৰে'ল চলাচলত বন্ধৰ প্ৰভাৱ পৰাৰ বাবে বৰঝাৰ বিমান বন্দৰত যাত্ৰীৰ ভিৰ।
  • ৰে'ল ষ্টেছনসদৃশ হৈ পৰিছে বৰঝাৰ বিমান বন্দৰ।
  • জাগীৰোড ৰে'ল ষ্টেছনতো কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in