বকোৰ যুৱকৰ আলফা(স্বাধীন)ত যোগদান…

বকোৰ যুৱকৰ আলফা(স্বাধীন)ত যোগদান…

ডিজিটেল সংবাদ ছমৰীয়াঃ বকোৰ যুৱকৰ আলফাত যোগদান। যুৱকজনৰ নাম অংকুৰ কলিতা।চলিত মাহৰ ৪ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছিল অংকুৰ। উল্লেখ্য যে, আলফাত যোগদান কৰা অংকুৰ কলিতা ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ন হৈছিল। অংকুৰ কলিতা বকো হাইস্কুলৰ ছাত্ৰ। এইগৰাকী অংকুৰে আলফাত যোগদানৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ ঘৰত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। অংকুৰ কলিতাৰ ঘৰত নিশাই উপস্থিত হৈছে বকো আৰক্ষীৰ এটি দল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in