অসম বন্ধ, মিশ্ৰিত প্ৰভাৱ ঠায়ে ঠায়ে, গুৱাহাটীত স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত

অসম বন্ধ, মিশ্ৰিত প্ৰভাৱ ঠায়ে ঠায়ে, গুৱাহাটীত স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত
  • ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত আজি জনজাতি সংগঠনৰ সমন্বয় সমিতিৰ অসম বন্ধ।
  • গুৱাহাটী মহানগৰীত পৰিলক্ষিত হোৱা নাই বন্ধৰ প্ৰভাৱ।
  • বিটিএডিত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে।
  • কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰৰ।
  • আনহাতে ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ জাগীৰোডত সৰ্বাত্মক।
  • ৰাষ্ট্ৰীয় ঘাইপথত গছ বগৰাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত বন্ধ সমৰ্থনকাৰীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in