শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

অসম বন্ধ, মিশ্ৰিত প্ৰভাৱ ঠায়ে ঠায়ে, গুৱাহাটীত স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত

336
  • ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত আজি জনজাতি সংগঠনৰ সমন্বয় সমিতিৰ অসম বন্ধ।
  • গুৱাহাটী মহানগৰীত পৰিলক্ষিত হোৱা নাই বন্ধৰ প্ৰভাৱ।
  • বিটিএডিত বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে।
  • কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰৰ।
  • আনহাতে ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ জাগীৰোডত সৰ্বাত্মক।
  • ৰাষ্ট্ৰীয় ঘাইপথত গছ বগৰাই টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত বন্ধ সমৰ্থনকাৰীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি