ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম বন্ধৰ প্ৰভাৱ…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম বন্ধৰ প্ৰভাৱ…
  • শনিবাৰে অসম বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত।
  • ৰাজপথত টায়াৰ জ্বলাই বন্ধ সমৰ্থকৰ প্ৰতিবাদ।
  • টাই আহোম যুৱ পৰিষদে আহ্বান কৰিছিল এই অসম বন্ধ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল আৰু ৬ জনগোষ্ঠী জনজাৰিকৰণৰ দাবীত এই বন্ধ কাৰ্যসূচী।
  • উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৭০ সংগঠনৰ সৈতে বিধেয়কৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিছে সংগঠনটোৱে।
  • আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হৈছে এই বন্ধ কাৰ্যসূচী।
  • আহোমৰ লগতে মৰাণ, মটক, চুতীয়া, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতিকৰণৰ দাবী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in