১৩ জানুৱাৰীত অসম বিধানসভাৰ বিশেষ অধিৱেশন

১৩ জানুৱাৰীত অসম বিধানসভাৰ বিশেষ অধিৱেশন
  • ১৩ জানুৱাৰীত অসম বিধানসভাৰ বিশেষ অধিৱেশন।
  • ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত অধিৱেশনখনৰ আহ্বান কৰা হৈছে।
  • এদিনীয়াকৈ অনুষ্ঠিত হ'ব এই বিশেষ অধিৱেশনখন।
  • অধিৱেশনত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।
  • ৰাজ্যত ব্যাপক ৰূপত 'কা্' বিৰোধী আন্দোলন চলি আছে।
  • তাৰ মাজতেই আয়োজন কৰা হৈছে নৱবৰ্ষৰ প্ৰথম মাহতেই এই বিশেষ অধিবেশন আয়োজন কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in