ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নগাঁৱৰ খেলুৱৈৰ সফলতাঃ লাভ কৰিলে স্বৰ্ণ পদক…

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নগাঁৱৰ খেলুৱৈৰ সফলতাঃ লাভ কৰিলে স্বৰ্ণ পদক…
  • ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত নগাঁৱৰ খেলুৱৈৰ সফলতা।
  • ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিলে নগাঁৱৰ সুদক্ষ খেলুৱৈয়ে।
  • ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰা খেলুৱৈ জনৰ নাম বিদ্যুত বৰা।
  • মহাৰাষ্ট্ৰৰ নাগপুৰত ১২০ কেজি শাখাত কৃৰ্তিত্ব দেখুৱাই নগাঁৱৰ বিদ্যুতে।
  • প্ৰশিক্ষক অৰূপ কুমাৰ বৰাৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল বিদ্যুতে।
  • বিদ্যুতৰ সাফল্যত উৎফুলিত নগাঁৱৰ ক্ৰীড়া সমাজ।
  • নগাঁৱৰ জলাহৰ বিদ্যুত বৰাৰ সাফল্যত স্হানীয় ৰাইজৰ উষ্ম আদৰণি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in