শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নগাঁৱৰ খেলুৱৈৰ সফলতাঃ লাভ কৰিলে স্বৰ্ণ পদক…

  • ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত নগাঁৱৰ খেলুৱৈৰ সফলতা।
  • ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিলে নগাঁৱৰ সুদক্ষ খেলুৱৈয়ে।
  • ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰা খেলুৱৈ জনৰ নাম বিদ্যুত বৰা।
  • মহাৰাষ্ট্ৰৰ নাগপুৰত ১২০ কেজি শাখাত কৃৰ্তিত্ব দেখুৱাই নগাঁৱৰ বিদ্যুতে।
  • প্ৰশিক্ষক অৰূপ কুমাৰ বৰাৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল বিদ্যুতে।
  • বিদ্যুতৰ সাফল্যত উৎফুলিত নগাঁৱৰ ক্ৰীড়া সমাজ।
  • নগাঁৱৰ জলাহৰ বিদ্যুত বৰাৰ সাফল্যত স্হানীয় ৰাইজৰ উষ্ম আদৰণি।