ক্ৰমাৎ সুস্থ হৈছে আৰ্চাৰ শিৱাংগিনী গোঁহাই…

ক্ৰমাৎ সুস্থ হৈছে আৰ্চাৰ শিৱাংগিনী গোঁহাই…
  • অসমৰ আৰ্চাৰী খেলুৱৈ শিৱাংগিনী গোঁহাই ক্ৰমাৎ সুস্থ হৈ উঠিছে।
  • অহা ২৩ জানুৱাৰী অৰ্থাৎ বৃহস্পতিবাৰে অসমলৈ ঘূৰি আহিব খেলুৱৈগৰাকী।
  • শিৱাংগিনীয়ে আৰ্চাৰীৰ প্ৰশিক্ষণ আৰম্ভ কৰিব ৩ মাহৰ জিৰণিৰ পাছত।
  • ৯ জানুৱাৰীত খেল' ইণ্ডিয়া য়ুথ গেমছৰ বাবে অনুশীলন কৰা সময়তে ডিঙিত আঘাতপ্ৰাপ্ত হৈছিল শিৱাংগিনী।
  • তাৰপাছত তেওঁক ভৰ্তি কৰা হৈছিল দিল্লীৰ এইমছত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in