নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ, VIDEO

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ, VIDEO
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ।
  • কেবৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিছে কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।
  • ছাত্ৰ-ছাত্ৰীসকলে কেবৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
  • সকলোৱে একেমুখে কেবৰ বিৰোধিতা কৰে।
  • প্ৰধানমন্ত্ৰী গ' বেক, কেব আমি নামানো, অসম চৰকাৰ হুচিয়াৰ ইত্যাদি শ্লোগান দিয়ে প্ৰতিবাদকাৰী সকলে।
  • তেওঁলোকে যোৰহাট চহৰৰ মাজেৰে সমদল কৰে।
  • প্ৰত্যক্ষভাৱে বহু ছাত্ৰ-ছাত্ৰী ওলাই আহে ৰাজপথলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in