শেহতীয়া খবৰ
তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন...  •  কোৰোনাত আক্ৰান্ত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক..  •  চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ...  •  ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন... VIDEO  •  কাশ্মীৰৰ পৰা সেনা জোৱানক অপহৰণ সন্ৰাসবাদীৰ...  •  বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ....  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু...  •  মানকাচৰত পুনৰ ৩জনৰ দেহত কোভিড-১৯, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি...

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ, VIDEO

581
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাটত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ।
  • কেবৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিছে কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল।
  • ছাত্ৰ-ছাত্ৰীসকলে কেবৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
  • সকলোৱে একেমুখে কেবৰ বিৰোধিতা কৰে।

  • প্ৰধানমন্ত্ৰী গ’ বেক, কেব আমি নামানো, অসম চৰকাৰ হুচিয়াৰ ইত্যাদি শ্লোগান দিয়ে প্ৰতিবাদকাৰী সকলে।
  • তেওঁলোকে যোৰহাট চহৰৰ মাজেৰে সমদল কৰে।
  • প্ৰত্যক্ষভাৱে বহু ছাত্ৰ-ছাত্ৰী ওলাই আহে ৰাজপথলৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি