অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৯৮৮লৈ বৃদ্ধি, একেলগে ১১১ জনৰ দেহত কোভিড-১৯…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত পুনৰ ১১১ জন লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই তথ্য।
  • আক্ৰান্তসকলৰ ৪৬ জন হোজাইৰ।
  • ঠিক তেনেদৰে ২৮ জন ওদালগুৰিৰ, ১১ জন কামৰূপৰ, ১০ জন নগাঁৱৰ, মৰিগাঁৱৰ ৫জন, ৩জন নলবাৰীৰ, গোৱালপাৰাৰ ৩ জন, গোলাঘাটৰ ২ জন, যোৰহাটৰ ২ জন আৰু ধুবুৰীৰ এজন।
  • অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ১৯৮৮ জনলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in