কোৰোনাত আক্ৰান্ত হৈ অসমত পুনৰ এজন লোকৰ মৃত্যু…

কোৰোনাত আক্ৰান্ত হৈ অসমত পুনৰ এজন লোকৰ মৃত্যু…
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত হোৱা এজন যুৱকৰ মৃত্যু।
  • মৃত্যু হোৱা যুৱকজনৰ ঘৰ কাৰ্বি আংলঙৰ ডিফুত।
  • বুধবাৰে সন্ধিয়া মৃত্যু হয় সঞ্জয় খাকলাৰী নামৰ যুৱকজনৰ।
  • শ্বাস-প্রশ্বাসত কষ্ট পোৱাত ভৰ্তি কৰাইছিল ডিএমচিএইচত।
  • কিছু সময় পূৰ্বে আহে তেওঁৰ স্বাৱ পৰীক্ষাৰ ফলাফল।
  • যুৱকজনৰ নিজ গাঁও লাংহিতে কৰা হ'ব সৎকাৰ।
  • প্রশাসনে জনালে যুৱকজনৰ সৎকাৰৰ কথা।
  • ১৬ জুনত যুৱকজন চেন্নাইৰ পৰা বিমানেৰে আহিছিল গুৱাহাটীলৈ।
  • গুৱাহাটীৰ পৰা নিশাই উপস্থিত হৈছিল কাৰ্বিআংলঙত পাৰখোৱাত।
  • স্বাৱ সংগ্রহৰ পিছত যুৱকজন আছিল কোৱাৰেণ্টাইন চেণ্টাৰত।
  • শ্বাস-প্রশ্বাসত কষ্ট পোৱাত যুৱকজনক ভৰ্তি কৰাইছিল হাস্পতালত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in