অসমতো ভোটগ্ৰহণৰ বাবে সাজু আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ…

অসমতো ভোটগ্ৰহণৰ বাবে সাজু আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ…
  • আৰু কিছু সময়ৰ পাছতেই আৰম্ভ হ'ব ভোটগ্ৰহণ।
  • অসমৰ প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে।
  • ৰাজ্যখনত স্থাপন কৰা হৈছে কেইবাটাও আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ।
  • নগাঁও লোকসভা কেন্দ্ৰ অধীনৰ ৩৭ আৰু ৩৮ নং ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ ৰূপে গঢ়ি তোলা হৈছে।
  • ভোটাৰক আকৰ্ষিত কৰিবলৈ সজাই তোলা হৈছে এই ভোটগ্ৰহণ কেন্দ্ৰ কেইটা।
  • বিহাৰতো স্থাপন কৰা হৈছে কেইবাটাও আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in