শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৬নং দফাৰ সন্দৰ্ভত গঠন কৰা উচ্চস্তৰীয় সমিতিয়ে দাখিল কৰিলে প্ৰতিবেদন…

382
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আনুষ্ঠানিক ভাবে অৰ্পণ কৰা হ’ল অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন।
  • ব্ৰহ্মপুত্ৰ অতিথি শালাত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰিলে উচ্চস্তৰীয় সমিতিয়ে।
  • অমিত শ্বাহৰ নিৰ্দেশতে আজি কমিটিৰ পৰা প্ৰতিবেদন গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে।
  • এই অনুষ্ঠানত উপস্থিত আছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • কেবিনেটৰ আটাইকেইজন মন্ত্ৰী উপস্থিত থাকিল অনুষ্ঠানত।
  • এই অনুষ্ঠানত উপস্থিত নাথাকিল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব।
  • প্ৰতিবেদন লৈ কিছু সময়ৰ পাছতে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি