মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৬নং দফাৰ সন্দৰ্ভত গঠন কৰা উচ্চস্তৰীয় সমিতিয়ে দাখিল কৰিলে প্ৰতিবেদন…

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৬নং দফাৰ সন্দৰ্ভত গঠন কৰা উচ্চস্তৰীয় সমিতিয়ে দাখিল কৰিলে প্ৰতিবেদন…
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আনুষ্ঠানিক ভাবে অৰ্পণ কৰা হ'ল অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন।
  • ব্ৰহ্মপুত্ৰ অতিথি শালাত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰতিবেদন দাখিল কৰিলে উচ্চস্তৰীয় সমিতিয়ে।
  • অমিত শ্বাহৰ নিৰ্দেশতে আজি কমিটিৰ পৰা প্ৰতিবেদন গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে।
  • এই অনুষ্ঠানত উপস্থিত আছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
  • কেবিনেটৰ আটাইকেইজন মন্ত্ৰী উপস্থিত থাকিল অনুষ্ঠানত।
  • এই অনুষ্ঠানত উপস্থিত নাথাকিল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব।
  • প্ৰতিবেদন লৈ কিছু সময়ৰ পাছতে দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in