শেহতীয়া খবৰ
স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  স্পেনিছ গাৰ্ডেনলৈ আহিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা…

3,614
  • কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ন বিভাগক অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ উচ্চস্তৰীয় কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা।
  • এক প্ৰেছ বিবৃত্তিত উচ্চস্তৰীয় কমিতিৰ অধ্যক্ষ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ ব্যক্তিগত সচিব ভাষ্কৰজ্যোতি শৰ্মাই জানিবলৈ দিছে এই কথা।
  • তেওঁ লগতে জানিবলৈ দিয়ে, ১০ ফেব্ৰুৱাৰীত চূড়ান্ত প্ৰতিবেদনত স্বাক্ষৰ হোৱাৰ পিছৰে পৰা প্ৰতিবেদনৰ সকলো তথ্য অসম চুক্তিৰ ৬নং দফা ৰূপায়ন বিভাগত আছে।
  • বিভাগটোৰ যুটীয়া সচিবে সেইসমূহ তথ্যৰ ওপৰত দৃষ্টি ৰাখিছে।
  • বৰ্তমান লৈকে কমিতিৰ অধ্যক্ষকে আদি কৰি কোনো বিষয়ববীয়া ১০ ফেব্ৰুৱাৰীৰ পিছত গৃহ মন্ত্ৰালয়ত প্ৰতিবেদন দাখিল কৰিবলৈ দিল্লীলৈ যোৱা নাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি