ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি…

ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি…
  • ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জন লোকে হেৰুৱাইছে প্ৰাণ।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে-
  • ভগীনাথ শৰ্মা, জোনাক চন্দ্ৰ ভূৱন, পৰেশ চন্দ্ৰ আৰিয়া,
  • প্ৰবেশ্বৰ ৰাভা, সুৰেন্দ্ৰ নাথ দাস, মাহোদৰ চন্দ্ৰ পাঠক,
  • প্ৰদীপ গগৈ আৰু মাল্লিকা দেৱ চৌধুৰী।
  • ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in