অসমত নতুনকৈ ৪৭ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত নতুনকৈ ৪৭ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
  • এইসকল লোকৰ ৩৩ গৰাকী হোজাইৰ।
  • ঠিক তেনেদৰে ৬ গৰাকী লোক ধেমাজিক, ৪ গৰাকী বঙাইগাঁৱৰ, ৩ গৰাকী বৰপেটাৰ আৰু এগৰাকী বাক্সাৰ।
  • উল্লেখ্য যে, অসমত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৮৭৭লৈ বৃদ্ধি।
  • ইফালে অসমত কোৰোনাৰ পৰা আৰোগ্য হৈছে ৪১৩ গৰাকী।
  • এতিয়াও হাস্পতালত আছে ১৪৫৭ গৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in