অসমত পুনৰ ৪ গৰাকী লোকৰ দেহত কোৰোনা

অসমত পুনৰ ৪ গৰাকী লোকৰ দেহত কোৰোনা
  • অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২০ লৈ বৃদ্ধি।
  • শুকুৰবাৰে পুনৰ ৪ গৰাকী লোকৰ দেহত কোৰোনাৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে।
  • ইয়াৰে ৩ গৰাকী নলবাৰীৰ।
  • এগৰাকী দক্ষিণ শালমাৰাৰ।
  • আটাইকেইগৰাকী লোকেই গৈছিল নিজামুদ্দিন মাৰ্কাজলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in