শেহতীয়া খবৰ
ট্ৰেইলাৰ নহয়, এইবাৰ চিনেমা দেখুৱাম, ভিলেইন হ'ব হিমন্ত বিশ্ব শৰ্মাঃ আৰ পি শৰ্মা  •  হিমাচলপ্ৰদেশত স্তব্ধ যান-বাহন চলাচল, পথৰ পৰা বৰফ আঁতৰোৱা অভিযান প্ৰশাসনৰ...  •  বিৰোধী ঐক্য  •  ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ মনোনয়ন দাখিল...  •  তেজপুৰত মনোনয়ন দিবলৈ গ’ল হিমন্ত বিশ্ব! তাৰপাছত কি ক’লে...  •  নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান...  •  মোডীৰ ১৫ লাখ টকীয়া নহয়, এইবাৰ ৰাহুলৰ ৭২ হাজাৰ টকীয়া প্ৰতিশ্ৰুতিঃ কংগ্ৰেছ শাসনলৈ আহিলেই ৰূপায়ন হ'ব নুন্যতম আয় গেৰেন্টী যোজনা  •  লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...

ৰাজ্যত হ’ব আৰু ৩ খন মেডিকেল কলেজৰ আধাৰশিলা

953

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চিকিৎসাখণ্ডলৈ সুখবৰ। ৰাজ্যত স্থাপন হ’ব ৩ খন নতুন মেডিকেল কলেজ, লগতে ৭ জানুৱাৰীত নলবাৰীত স্থাপন কৰা হ’ব মেডিকেল কলেজৰ আধাৰশিলা। বুধবাৰে এই ঘোষণা কৰিলে ৰাজ্যৰ স্বাহ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।

বুধবাৰে স্বাহ্যমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে ২০১৯ৰ ৬ জানুৱাৰীত কোকৰাঝাৰ আৰু ৯ জানুৱাৰীত তিনিচুকীয়া মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰা হ’ব।

স্বাহ্যমন্ত্ৰী গৰাকীয়ে লগতে চাহ বাগিচা ধন পুৰষ্কাৰ মেলাক লৈও ঘোষণা কৰি কয় যে ‘পুনৰ ২,৫০০ টকাকৈ লাভ কৰিব চাহ শ্ৰমিকে। ১৫ জানুৱাৰীত চাহশ্ৰমিকক এই ধনৰাশি প্ৰদান কৰা হ’ব।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি