কোভিড-১৯ঃ ৰাজ্যত পুনৰ ১৭৮২জন লোক হৈছে সুস্থ…

90
  • ৰাজ্যত শনিবাৰে কোৰোনাত আক্ৰান্ত ১৭৮২ জন লোক সুস্থ হৈছে।
  • অসমত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত ৪০,৫৯১জন লোক হৈছে সুস্থ।
  • ইফালে, চিকিৎসাধীন হৈ আছে ১৬৯৮০জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ ১৪০জন লোকে হেৰুৱাইছে প্ৰাণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি