শেহতীয়া খবৰ
অপেক্ষাৰ ২২ জানুৱাৰী...  •  অপেক্ষাৰ ২২ জানুৱাৰী...  •  খেল' ইণ্ডিয়াত বিহু-পেঁপা হ'লগৈ হিপহপ, মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ আগতেই আৰম্ভ সামৰণি অনু্ষ্ঠান, আধাতে বন্ধ কৰি পুনৰ আৰম্ভ...  •  শান্তি আলোচনালৈ সহাৰি দি মুকলি আকাশৰ তললৈ এনডিএফবি(এছ)ৰ দুধৰ্ষ নেতা বি বিদায়  •  মহাকাশলৈ যাবলৈ প্ৰস্তুত ভিয়মিত্ৰা, VIDEO  •  মহাকাশলৈ যাবলৈ প্ৰস্তুত ভিয়মিত্ৰা, VIDEO  •  শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ! বিজেপি বিধায়কৰ পদত্যাগ...  •  'জেদ প্লাছ' নিৰাপত্তা হেৰুৱাব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে...  •  অসম-মেঘালয় সীমান্তৰ অয়ডোৱা-বাংগালকাটা কালি মন্দিৰৰ মাটি খন্দাক লৈ উত্তেজনা  •  "কা" বিৰোধী প্ৰতিবাদৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্বৰ আন এক আঁচনি, এইবাৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক দিব মাহে ৭০০কৈ টকা

‘অসমীয়া প্ৰতিদিন’ৰ চৈয়দ ৰবিউল হকক মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা প্ৰদান…

104

ডিজিটেল সংবাদ, গুৱাহাটী: কটন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃক্ষত শনিবাৰে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যিক সামাজিক ন্যায় আয়োগে ২০১৯ বৰ্ষৰ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় বঁটা বাঁহী বাদক দীপক শৰ্মাকে ধৰি কেইবাগৰাকীয় বিশিষ্ট ব্যক্তিক প্ৰদান কৰে।

নীতিনিষ্ঠ সাংবাদিকতাৰে সমাজ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানলৈ স্বীকৃতি হিচাপে ‘অসমীয়া প্ৰতিদিন’ৰ কৃষ্ণাইস্থিত সাংবাদিক চৈয়দ ৰবিউল হকলৈ এই বটা প্ৰদান কৰে।এই বঁটাত আছে এখন চেলেং চাদৰ,এটা স্মাৰক,মেডেল এটা আৰু এখন মান পত্ৰ।

ড’ এছ আই চৌধুৰীৰ পৌৰোহিতত অনুষ্ঠিত সভাত বঁটা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড’মৃদুলা বৰুৱা আৰু পৰিবেশ বিজ্ঞানী মহিধৰ পাঠকে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি