বজৰংগ দলৰ অসম বন্ধ, ডিব্ৰুগড়ত ‘কাঞ্চনজংঘা’ৰ দৰ্শনী বন্ধ কৰাৰ চেষ্টা সমৰ্থকৰ…

বজৰংগ দলৰ অসম বন্ধ, ডিব্ৰুগড়ত ‘কাঞ্চনজংঘা’ৰ দৰ্শনী বন্ধ কৰাৰ চেষ্টা সমৰ্থকৰ…
  • বজৰংগ দলৰ অসম বন্ধৰ সময়ত ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি।
  • ডিব্ৰুগড়ৰ গেলেৰীয়া ছবিগৃহ ঘেৰাও বজৰংগ দলৰ প্ৰতিবাদকাৰীৰ।
  • জুবিন গাৰ্গৰ 'কাঞ্চনজংঘা'ৰ দৰ্শনী বন্ধ কৰাৰ চেষ্টা বন্ধ সমৰ্থকৰ।
  • আৰক্ষীয়ে আটক কৰিছে কেইবাজনো প্ৰতিবাদকাৰীক।
  • উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বজৰং দলে আজি আহ্বান জনাইছিল অসম বন্ধৰ।
  • ডিব্ৰুগড়ৰ ঠায়ে ঠায়ে দেখা গৈছে বন্ধৰ প্ৰভাৱ।
  • বিভিন্ন স্থানত বন্ধৰ সময়ছোৱাত যান–বাহনৰ চলাচলৰ লগতে দোকান–পোহাৰ বন্ধ হৈ পৰিছে।
  • ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে বজৰংগ দলৰ সদস্যসকলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in