শ্বুটিঙত ৰূপৰ পদক জয় লক্ষয়ৰ

শ্বুটিঙত ৰূপৰ পদক জয় লক্ষয়ৰ
  • এছিয়ান গেমছত ভাৰতৰ আৰু এটা পদক।
  • পুৰুষৰ শ্বুটিঙত এই পদক জয়।
  • ৰূপৰ পদক জয় কৰিলে শ্বুটাৰ লক্ষয় শ্বিঅৰনে।
  • লক্ষয়ৰ এই সাফল্যৰ পিছত ভাৰতৰ পদকৰ সংখ্যা ৪টালৈ বৃদ্ধি।
  • এই পৰ্যন্ত ভাৰতে লাভ কৰিছে এটা স্বৰ্ণ, ২টা ৰূপ আৰু ১টা ব্ৰঞ্জ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in