গুৱাহাটীত হ’ব আছিয়ান কাপ ফুটবল প্ৰতিযোগিতা

  • গুৱাহাটীত হ'ব আছিয়ান কাপ ফুটবল প্ৰতিযোগিতা ।
  • ১০খন আছিয়ান দেশে অংশ ল'ব প্ৰতিযোগিতাখনত।
  • ভূটান, বাংলাদেশ, নেপালক লৈ হ'ব প্ৰতিযোগিতাখন।
  • মেগা প্ৰতিযোগিতাখন আয়োজনৰ বাবে উদ্যোগ লৈছে চৰকাৰে।
  • শংকৰদেৱ কলাক্ষেত্ৰত এই ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in