এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপা আৰু লাভলিনা বৰগোঁহাইৰ জয়‌…

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপা আৰু লাভলিনা বৰগোঁহাইৰ জয়‌…
  • এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপাৰ জয়।
  • লাইট ৱে'টৰ প্ৰাৰম্ভিক ৰাউণ্ডত জয়ী শিৱ।
  • দক্ষিণ কোৰিয়াৰ কিম উন হোক ৪-১ ব্যৱধানত পৰাস্ত কৰে শিৱই।
  • দেওবাৰে পৰৰ্ৱতী ৰাউণ্ডত কিৰগিস্তানৰ বক্সাৰৰ বিৰুদ্ধে খেলিব শিৱই।
  •  চেম্পিয়নশ্বিপত  লাভলিনা বৰগোঁহাইৰো জয়‌।
  • বেংককৰ AIBA এছিয়ান বক্সিঙত ভিয়েটনামৰ বক্সাৰক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে লাভলিনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in