শেহতীয়া খবৰ
শিৱসাগৰ শিক্ষা বিভাগৰ প্ৰশংসনীয় কাৰ্যঃ ই-প্ৰজ্ঞাৰ শুভাৰম্ভণী... • নাগালেণ্ডত কোৰোনাৰ আক্ৰান্তৰ সংখ্যা ১৮ গৰাকীলৈ বৃদ্ধি, টুৱেঙচাঙ জিলাত ক'ভিড পৰীক্ষাগাৰৰ স্থাপনৰ দাবীত ছাঙ ছাত্র সন্থাৰ ধৰ্ণা... • যুৱ কংগ্ৰেছৰ উদ্যোগত বটদ্ৰৱাত সাংবাদিকক সম্বৰ্ধনা... • দুৰ্নীতিৰ তদন্তই নহয় ক্ষীপ্ৰ ব্যৱস্থাও লোৱা হ'বঃ ওদালগুৰিত ৰাজ্যপাল জগদীশ মুখী... • কাৰ্বি আংলঙত বান পৰিস্থিতি শোচনীয়... • কাকতি ফৰিঙৰ উপদ্ৰৱ, জিলা প্ৰশাসনে চটিয়াইছে কীটনাশক... চাওঁক VIDEO • ধেমাজিত বৃহস্পতিবাৰে আকৌ ৩গৰাকীৰ দেহত কোভিড-১৯... • পুনৰ ২৪জনৰ দেহত ধৰা পৰিল কোভিড-১৯, ৰাজ্যত আক্ৰান্ত লোকৰ সংখ্যা ৮৮০লৈ বৃদ্ধি... • কোৰোনা ভাইৰাছঃ ৰাজ্যত আৰু ১৬জন লোক হৈছে সুস্থ... • অসমৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ পেনেলত কোন কোন সাংসদ...

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপা আৰু লাভলিনা বৰগোঁহাইৰ জয়‌…

218
  • এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপাৰ জয়।
  • লাইট ৱে’টৰ প্ৰাৰম্ভিক ৰাউণ্ডত জয়ী শিৱ।
  • দক্ষিণ কোৰিয়াৰ কিম উন হোক ৪-১ ব্যৱধানত পৰাস্ত কৰে শিৱই।
  • দেওবাৰে পৰৰ্ৱতী ৰাউণ্ডত কিৰগিস্তানৰ বক্সাৰৰ বিৰুদ্ধে খেলিব শিৱই।
  •  চেম্পিয়নশ্বিপত  লাভলিনা বৰগোঁহাইৰো জয়‌।
  • বেংককৰ AIBA এছিয়ান বক্সিঙত ভিয়েটনামৰ বক্সাৰক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে লাভলিনাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি