আমিৰ খানৰ পুত্ৰ হ’ল ‘ৰাম’ আৰু ঐশ্বৰ্য ৰায়ৰ জীয়াৰী ‘সীতা’, চাওক VIDEO

আমিৰ খানৰ পুত্ৰ হ’ল ‘ৰাম’ আৰু ঐশ্বৰ্য ৰায়ৰ জীয়াৰী ‘সীতা’, চাওক VIDEO

ডিজিটেল ডেস্কঃ ৰূপালী পৰ্দাত বিশ্ব সুন্দৰী ঐশ্বৰ্য ৰায় আৰু বলিউদৰ মিষ্টাৰ পাৰফেকশ্যনিষ্ট আমিৰ খানৰ অভিনয় আপুনি উপভোগ কৰিছে। তেওঁলোকৰ অভিনয় চাই বহু সময়ত আপুনি ছবিঘৰত হাত চাপৰিও মাৰিছে। কিন্তু আজি আপুনি হাত চাপৰি বজাব লাগিব তেওলোকৰ পুত্ৰ-জীয়াৰীৰ অভিনয় চাইহে।

দৰাচলতে ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ জীয়াৰী আৰাধ্যা বচ্চন আৰু আমিৰ খান, কিৰণ ৰাৱ খানৰ পুত্ৰ আজাদ ৰাও খান মুম্বাইৰ একেখন বিদ্যালয়ৰে শিক্ষাৰ্থী। কিছুদিনৰ পূৰ্বে বিদ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত আৰাধ্যা, আজাদে ৰূপায়ন কৰিছিল ৰাম আৰু সীতাৰ চৰিত্ৰ। অনুষ্ঠানৰ পাছতে তেওঁলোকৰ অভিনয় কৰা এটা ভিডিঅ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ঐশ্বৰ্য ৰায়ে। ইয়াৰ পাছতে ভাইৰেল হৈ পৰে এই ভিডিঅ'টো। চাওঁক ভিডিঅ'-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in