শেহতীয়া খবৰ
ইউক্ৰেইনৰ জনবহুল এলেকাত ৰাছিয়াৰ মিছাইল আক্ৰমণঃ নিহত ১০, ৪০ ৰো অধিক আহত...  •  বাণিজ্যত চতুৰ্থ আৰু ষষ্ঠ স্থানেৰে উজলিল গোৱালপাৰাৰ প্ৰিয়াক্ষী ঘোষ আৰু মৃণাল ৰয়...  •  কৃতি শিক্ষক মাধুৰ্য বৰাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ...  •  ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...

ত্ৰিপুৰাৰ উপ-নিৰ্বাচন : অশোক সিংঘাল, জয়ন্ত মল্ল বৰুৱালৈ বিজেপিৰ গুৰু দায়িত্ব…

  • ত্ৰিপুৰা উপ-নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী নিযুক্তি।
  • তিনিগৰাকী ব্যক্তিক অৰ্পণ কৰা হৈছে এই দায়িত্ব।
  • বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব কৈলাশ বিজয়বৰ্গিয়াক দিয়া হৈছে দায়িত্ব।
  • অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহাল আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাকো দিয়া হৈছে এই দায়িত্ব।
  • বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাই তিনিওকে অৰ্পণ কৰিলে এই দায়িত্ব।
  • ত্ৰিপুৰাৰ ৪ টা সমষ্টিত অনুষ্ঠিত হ’ব এই উপ-নিৰ্বাচন।
  • অহা ২৩ জুনত ৪ টা সমষ্টিটেই অনুষ্ঠিত হ’ব এই নিৰ্বাচন।
  • ২৬ জুনত ঘোষণা হ’ব ফলাফল।

ক্লিক কৰি পঢ়কঃ ধেমাজিত তিনি ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ…