শেহতীয়া খবৰ
ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...  •  তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন! হঠাৎ ঢলি পৰি মৃত্যু কোৰোনা ৰোগীৰ...

মোদীক কোনে ক’লে- বন্ধ কৰক এই তামাছা…

667

ডিজিটেল ডেস্কঃ ৰাজস্থানত এতিয়াও অন্ত পৰা নাই ৰাজনৈতি উত্তেজনা। ৰাজস্থানৰ ৰাজ্যপালে ১৪ আগষ্ট তাৰিখে বিধানসভাৰ অধিবেশন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদাণ কৰাৰ পাছত জয়শালমাৰত উপস্থিত হ’ল গেহলটবাহিনী।

আনহাতে হৰ্ছট্ৰেডিং সন্দৰ্ভত মুখ্যমন্ত্ৰী অশোক গেহলটৰ মন্তব্য যেতিয়াৰ পৰা বিধানসভাৰ অধিবেশনৰ কথা ঘোষণা হৈছে তেতিয়াৰে পৰা বিধায়কসকলৰ দাম বাঢ়ি গৈছে।

মুখ্যমন্ত্ৰী অশোক গেহলটৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ- ৰাজস্থানৰ ৰাজনীতিত যিবোৰ তামাছা চলি আছে সেই সকলোবোৰ বন্ধ কৰক। মুখ্যমন্ত্ৰী অশোক গেহলটৰ অভিযোগ বিজেপি চৰকাৰে গেহলট চৰকাৰ ভাঙিবৰ বাবে হৰ্ছ ট্ৰেডিঙত লাগিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি