দিল্লীত সংঘটিত হিংসাত্মক ঘটনাক লৈ আছাদুদ্দিন অৱেছীৰ প্ৰতিক্ৰিয়া…

দিল্লীত সংঘটিত হিংসাত্মক ঘটনাক লৈ আছাদুদ্দিন অৱেছীৰ প্ৰতিক্ৰিয়া…
  • দিল্লীত সংঘটিত হিংসাত্মক ঘটনাক লৈ এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অৱেছীৰ প্ৰতিক্ৰিয়া।
  • হাদয়দৰাবাদত তেওঁ সংবাদমাধ্যমৰ আগত কয়-
  • 'আজি দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাত আজন আৰক্ষী কনিষ্টবলৰ মৃত্যু হৈছে।'
  • 'এয়া অতি লজ্জাজনক ঘটনা।'
  • 'বিশেষকৈ বহিঃৰাষ্ট্ৰৰ এজন প্ৰতিনিধিৰ ভ্ৰমণকালত সংঘটিত এই ঘটনা সঁচাকৈ সজ্জাজনক।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in