শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

চোৰাংচোৱা সংস্থা আৰু ৰ'(RAW) ৰ নতুন মুৰব্বীক নিযুক্তি কেন্দ্ৰীয় চৰকাৰৰ…

355

ডিজিটেল ডেস্কঃ বুধবাৰে ভাৰতীয় চোৰাংচোৱা সংস্থা আৰু ৰ'(RAW) ৰ নতুন মুৰব্বীক নিযুক্তি দিয়ে কেন্দ্ৰীয় চৰকাৰে। অৰবিন্দ কুমাৰক চোৰাংচোৱা সংস্থাৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ লগতে সামন্ত গোৱেলক ৰ’ৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। নিযুক্তি পোৱা দুয়োজন অধ্যক্ষই ১৯৮৪ৰ আই পি এছ বিষয়া।

অৰবিন্দ কুমাৰে পূৰ্বৰ চোৰাংচোৱাৰ অধ্যক্ষ ৰাজীৱ জৈন আৰু সামন্ত গোৱেল অনিল ধসমানাৰ স্থানত স্থলাভিক্ত হ’ব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন উচপদস্থ বিষয়াই জনোৱা অনুসৰি, অহা ৩০ জুনত দায়িত্ব ল’ব দুয়োগৰাকী মুৰব্বীয়ে। উল্লেখ্য যে, পঞ্জাৱ কেডাৰৰ আই পি এছ বিষয়া সামন্ত গোৱেল বালাকোট এয়াৰষ্ট্ৰাইকৰ সম্পূৰ্ণ পৰিকল্পনা কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি