পলাতক বনকৰ্মী অৰূপ বৈশ্যলৈ আত্মসমৰ্পনৰ জাননী…

পলাতক বনকৰ্মী অৰূপ বৈশ্যলৈ আত্মসমৰ্পনৰ জাননী…
  • পলাতক হৈ থকা বনকৰ্মী অৰূপ বৈশ্যলৈ জাননী।
  • বন বিভাগে অৰূপ বৈশ্যৰ গৃহলৈ প্ৰেৰণ কৰিছে আত্মসমৰ্পনৰ জাননী।
  • আত্মসমৰ্পনৰ বাবে দুদিনৰ সময় সীমা বান্ধি দিলে বন বিভাগে।
  • ৰঙিয়াস্থিত বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত উপস্থিতিৰ নিৰ্দেশ দিয়া হৈছে জাননীখনত।
  • ১৭ নৱেম্বৰত পুৱা ১০ বজাৰ ভিতৰত কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে বিভাগে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in