শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

আমিনগাঁৱত ‘অৰুণোদয়’ আঁচনিৰ শুভাৰম্ভণি…

529
  • আমিনগাঁৱত মঙলবাৰে শুভাৰম্ভ কৰা হৈছে অৰুণোদয় আঁচনিৰ।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰে এই আঁচনিৰ।
  • এই শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-
  • জনধন যোজনাৰ একাউণ্ট বা ডিবিটিৰ জৰিয়তে লাভ কৰিব এই আঁচনিৰ ধন।
  • এই আঁচনিৰ পৰা উপকৃত হ’ব ১৮.২০ লাখ লোকে।
  • প্ৰতি মাহৰ শেষৰ সপ্তাহত একাউণ্টত দিয়া হ’ব ৮৩০ টকাকৈ।
  • ১৯খন জিলাক সামৰি ল’ব এই আঁচনিখনে।
  • ২৮০০ কোটি টকা আৱন্টন কৰা হৈছে এই আঁচনিৰ বাবে।
  • পুঁজি জমা নহ’লে ফোন কৰিব পাৰিব অৰুণোদয় কল চেন্টাৰত।
  • চৰকাৰী চাকৰিয়ালে এই ধন ল’লে কৰ্তন হ’ব দৰমহা।
  • বিটিএডি বাদ দি আন স্থানত আৰম্ভ হ’ব এই আঁচনি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি