আমিনগাঁৱত ‘অৰুণোদয়’ আঁচনিৰ শুভাৰম্ভণি…

আমিনগাঁৱত ‘অৰুণোদয়’ আঁচনিৰ শুভাৰম্ভণি…
  • আমিনগাঁৱত মঙলবাৰে শুভাৰম্ভ কৰা হৈছে অৰুণোদয় আঁচনিৰ।
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰে এই আঁচনিৰ।
  • এই শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়-
  • জনধন যোজনাৰ একাউণ্ট বা ডিবিটিৰ জৰিয়তে লাভ কৰিব এই আঁচনিৰ ধন।
  • এই আঁচনিৰ পৰা উপকৃত হ'ব ১৮.২০ লাখ লোকে।
  • প্ৰতি মাহৰ শেষৰ সপ্তাহত একাউণ্টত দিয়া হ'ব ৮৩০ টকাকৈ।
  • ১৯খন জিলাক সামৰি ল'ব এই আঁচনিখনে।
  • ২৮০০ কোটি টকা আৱন্টন কৰা হৈছে এই আঁচনিৰ বাবে।
  • পুঁজি জমা নহ'লে ফোন কৰিব পাৰিব অৰুণোদয় কল চেন্টাৰত।
  • চৰকাৰী চাকৰিয়ালে এই ধন ল'লে কৰ্তন হ'ব দৰমহা।
  • বিটিএডি বাদ দি আন স্থানত আৰম্ভ হ'ব এই আঁচনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in