শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

অৰুণাচললৈ গৃহমন্ত্ৰী অমিত শ্বাহঃ বিমান বন্দৰত আদৰণি জনালে মু্খ্যমন্ত্ৰী সোণোৱালৰ লগতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

409
  • বৃহস্পতিবাৰে অৰুণাচললৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ।
  • লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত অৱতৰণৰ পাছতে হেলিকপ্টাৰে অৰুণাচল প্ৰদেশলৈ যায় অমিত শ্বাহ।
Image may contain: 16 people, people standing, crowd and outdoor
  • অৰুণাচলত ৰাজ্যিক প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণৰ উদ্দেশ্যে ৰাওনা হৈছে অমিত শ্বাহ।
  • বিমানবন্দৰত অমিত শ্বাহক আদৰণি জনালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Image may contain: 17 people, crowd and outdoor
  • ইফালে অমিত শ্বাহৰ আগমনৰ কিছু সময়ৰ আগেয়ে ইটানগৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অগণন লোকে।
  • হাতে হাতে CAA বিৰোধী প্লে কাৰ্ড লৈ অৰুণাচলবাসীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি