অৰুণাচলৰ ভোটগ্ৰহণৰ মাজতে উত্তপ্ত পৰিস্থিতি…

অৰুণাচলৰ ভোটগ্ৰহণৰ মাজতে উত্তপ্ত পৰিস্থিতি…
  • ভোটগ্ৰহণ চলি থকাৰ মাজতে অৰুণাচলৰ টিৰাপ জিলাত উত্তপ্ত পৰিস্থিতি।
  • এনএছচিএন (আইএম)ৰ গুলীচালনাত আহত কেইবাজনো লোক।
  • বৃহস্পতিবাৰে টিৰাপ জিলাৰ বেৰাবস্তিত ভোটগ্ৰহণ চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।
  • একেদিনাই মক্তুৱাৰ ভোটকেন্দ্ৰতো সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
  • ভোটকেন্দ্ৰটোত এনপিপি আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ।
  • অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় চি আৰ পি এফে।
  • গুলীচালনাত সামান্য ভাৱে আহত হয় কেইবাজনো লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in