শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

অৰুণাচলৰ ভোটগ্ৰহণৰ মাজতে উত্তপ্ত পৰিস্থিতি…

178
  • ভোটগ্ৰহণ চলি থকাৰ মাজতে অৰুণাচলৰ টিৰাপ জিলাত উত্তপ্ত পৰিস্থিতি।
  • এনএছচিএন (আইএম)ৰ গুলীচালনাত আহত কেইবাজনো লোক।
  • বৃহস্পতিবাৰে টিৰাপ জিলাৰ বেৰাবস্তিত ভোটগ্ৰহণ চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।
  • একেদিনাই মক্তুৱাৰ ভোটকেন্দ্ৰতো সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
  • ভোটকেন্দ্ৰটোত এনপিপি আৰু বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ।
  • অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় চি আৰ পি এফে।
  • গুলীচালনাত সামান্য ভাৱে আহত হয় কেইবাজনো লোক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি