অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান…

অৰুণাচল প্ৰদেশৰ মিয়াওত  সেনাৰ ব্যাপক অভিযান…
  • অৰুণাচল প্ৰদেশৰ মিয়াওত অভিযান।
  • সেনা বাহিনী আৰু অৰুণাচল আৰক্ষীয়ে চলাই এই যৌথ অভিযান।
  • বৃহস্পতিবাৰে চাংলাঙ জিলাৰ মিয়াওত এজোপা গছৰ তলত পুতি ৰখা অৱস্থাত উদ্ধাৰ বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ।
  • নগা বিদ্ৰোহী সংগঠন এন এছ চি এছ চি এন আই এমৰ এই অস্ত্ৰসমূহ উদ্ধাৰ কৰা হয় অভিযানকালত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in