অন্য দলে ৰাইজৰ পৰা সুবিধা আদায় কৰে, আমি সেৱা কৰোঃ অৰুণাচলত প্ৰধানমন্ত্ৰী মোডী, LIVE

অন্য দলে ৰাইজৰ পৰা সুবিধা আদায় কৰে, আমি সেৱা কৰোঃ অৰুণাচলত প্ৰধানমন্ত্ৰী মোডী, LIVE
  • অৰুণাচলত আল'ৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • সভাত উপস্থিত আছে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কিৰেণ ৰিজিজু।
  • সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণৰ প্ৰসংগত ক'লে-
  • ' দেশৰ বিকাশৰ গতি অৰুণাচলৰ পৰাই আৰম্ভ হৈছে।'
  • 'বগীবিলৰ দলঙৰ কাম আমিয়েই সম্পূৰ্ণ কৰিছো'
  • 'স্বাধীনতাৰ ৬০ দশকৰ পাছত বিমান সেৱাৰি দ্ৰুত বিকাশ হৈছে।'
  • প্ৰধানমন্ত্ৰীৰ প্ৰায় ২৯ মিনিট জোৰা ভাষণৰ ভিডিঅ'

https://www.facebook.com/narendramodi/videos/2530488423900933/?t=1084

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in