অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯…

অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯…
  • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯।
  • ইনষ্টিটিউশ্যনেল কোৱাৰেন্টাইনত আছিল তেওঁ।
  • তেওঁক বৰ্তমান কোভিড কেয়াৰ চেন্টাৰলৈ নিয়া হৈছে।
  • দিল্লীৰ পৰা ১৮ মে'ত অৰুণাচললৈ বাছেৰে আহিছিল ছাত্ৰীজন।
  • ৰাজ্যখনত ইয়াকে ধৰি কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে দুজনলৈ।
  • ইয়াৰ পূৰ্বে এজন লোকৰ দেহত কোৰোনা ধৰা পৰিছিল যদিও, তেওঁ সুস্থ হৈছে।
  • বৰ্তমান অৰুণাচলত কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা এজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in