শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

বিয়া খাই ঘূৰি আহোতে সংঘটিত দুৰ্ঘটনাত নিহত ৬জন…

1,073
  • অৰুণাচলৰ নামচাইট সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত নিহত হৈছে ৬জনকৈ লোক।
  • ৰৈ থকা এখন টাটা ডি আই গাড়ীত খুন্দা চেন্ট্ৰ’ বাহনৰ।
  • নামচাই জিলাৰ জয়পুৰৰ হাবি গাঁৱৰ পৰা বিয়া খাই ঘূৰি আহিছিল চেন্ট্ৰ’ বাহনখন।
  • বাহনখনত আছিল শিশু-মহিলাসহ ১১জন যাত্ৰী।
  • তাৰে ৬জন নিহত হয়।
  • আহতসকলক নামচাইৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি