শেহতীয়া খবৰ
শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...  •  ছিডনীত ভাৰতনাট্যম উপভোগ কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে, চাওঁক VIDEO  •  ছিডনীত ভাৰতনাট্যম উপভোগ কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে, চাওঁক VIDEO  •  ২৪ নবেম্বৰৰ এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল

উত্তৰ-পূৰ্বৰ সন্থাসবাদক লৈ উদ্বিগ্ন, ইটানগৰত ৮ ৰাজ্যৰ ডিজিপি-আইজিপিৰ গুৰুত্বপূৰ্ণ বৈঠক

316

ডিজিটেল সংবাদ, ইটানগৰঃ আজি চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ইটানগৰত অনুষ্ঠিত হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু মহাপৰিদৰ্শকসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ সীমা তথা সন্ত্ৰাসবাদী কাৰ্যকলাপ সন্দৰ্ভত আলোচনা কৰা হ’ব এই বৈঠকখনত। অৰুণাচলৰ মুখ্যমন্ত্ৰী প্রেমা খান্দুৱে উদ্বোধন কৰিব এই বৈঠকখন।

উল্লেখ্য যে, এই বৈঠকত অংশ ল’ব কেন্দ্ৰীয় গৃহ-ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৱে। ইফালে, অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াও উপস্থিত থাকিব এই বৈঠকত। বৈঠকখনক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা পৰিলক্ষিত হৈছে ইটানগৰত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি