শেহতীয়া খবৰ
কৰ্মচাৰীক দৰমহা দিবলৈ নাই ধন! দিল্লীয়ে কেন্দ্ৰৰ পৰা বিচাৰিলে ৫হাজাৰ কোটি... • মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক...

অৰুণাচলৰ কোৰোনাত আক্ৰান্ত আব্দুল তালুকদাৰ তিনিচুকীয়াৰ পৰা যাত্ৰা কৰিছিল উইংগাৰেৰে, পঢ়ক তেওঁৰ যাত্ৰাৰ সবিশেষ…

2,588
  • অৰুণাচলৰ কোৰোনাত আক্ৰান্ত লোকজনৰ নাম আব্দুল তালুকদাৰ।
  • নিজামুদ্দিনৰ মাৰ্কাজত অংশ লৈছিল আব্দুল তালুকদাৰে
  • ডিব্ৰুগড়ৰ ICMR-ত পৰীক্ষা কৰা হৈছিল লোকজনৰ নমুনা।
  • লোকজনৰ ঘৰ অৰুণাচলৰ টেজুত।
  • দিল্লীৰ পৰা পোনে পোনে আহিছিল তিনিচুকীয়া জিলালৈ ।
  • লোকজন আহিছিল ব্ৰহ্মপুত্ৰ মেইলৰ জৰিয়তে।
  • তিনিচুকীয়াৰ পৰা নামচাইলৈ তেওঁ উইংগাৰেৰে গৈছিল।
  • বাহনখনত আছিল আন কেবাগৰাকী লোক।
  • সেইসকল লোকলৈও কোৰোনা সংক্ৰমণ হোৱাৰ আশংকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি