অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জে ডি (এছ)ত যোগদান

অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জে ডি (এছ)ত যোগদান
  • অৰুণাচলপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গেগং আপঙৰ জে ডি (এছ)ত যোগদান।
  • বুধবাৰে জে ডি (এছ)ত যোগদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • তেওঁ কয়- 'জে ডি (এছ) এক ধৰ্মনিৰপেক্ষ দল।'
  • 'সেয়েহে আমি ইয়াৰ সৈতে যোগ দিছো।'
  • জে ডি (এছ)ত যোগ দিয়াৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱে গৌড়া।
  • মঙলবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱে গৌড়াই পৰিদৰ্শন কৰে বগীবিল দলং।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in