সাধাৰণ লোকৰ সৈতে শাৰী পাতি ভোটদান কৰিলে অৰুণাচলৰ উপ মুখ্যমন্ত্ৰীয়ে…

সাধাৰণ লোকৰ সৈতে শাৰী পাতি ভোটদান কৰিলে অৰুণাচলৰ উপ মুখ্যমন্ত্ৰীয়ে…
  • অৰুণাচলৰ উপ মুখ্য মন্ত্ৰী চৌনা মিনে কৰিলে ভোটদান।
  • নামচাইৰ সমীপৰ মহং ভোট কেন্দ্ৰত সাধাৰণ লোকৰ সৈতে শাৰী পাতি সাব্যস্ত কৰিলে ভোটদান ৷
  • চৌনা মিনে এইবাৰ ৪৬ চৌখাম বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
  • শান্তিপূৰ্ণভাৱে চনি আছে ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in