বিজেপিৰ পৰা পদত্যাগ ৰাজ্যিক সাধাৰণ সম্পাদকৰ!

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অৰুণাচল বিজেপিত খহনীয়া। 
  • এইবাৰ পদত্যাগ ৰাজ্যিক সাধাৰণ সম্পাদকৰ।
  • বিজেপি ত্যাগ কৰিলে অৰুণাচল বিজেপিৰ সাধাৰণ সম্পাদকে।
  • সাধাৰণ সম্পাদক জাৰপাম গামলিনে কৰিলে পদত্যাগ।
  • ১১ এপ্ৰিলত হ'ব ৬০জনীয়া অৰুণাচল বিধানসভাৰ নিৰ্বাচন।
  • প্ৰাৰ্থিত্ব প্ৰদানত অসন্তুষ্টি প্ৰকাশ কৰি পদত্যাগ।
  • লিৰোমোবা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ অসন্তুষ্টি প্ৰকাশ নেতাজনৰ।
  • ন্যামাৰ কাৰবাকক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল লিৰোমোবা সমষ্টিত।
  • সেই কথাক লৈ অসন্তুষ্ট হয় তেওঁ।
  • কাৰবাকক প্ৰাৰ্থিত্ব প্ৰদানৰ পিছতে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে নেতাজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in