সেনা ছাউনীৰ সেনাৰ মাজত গুলীচালনা, নিহত ১ আৰু আহত ১!

সেনা ছাউনীৰ সেনাৰ মাজত গুলীচালনা, নিহত ১ আৰু আহত ১!
  • অৰুণাচলৰ কানুবাৰী সেনা ছাউনীত অঘটন।
  • সেনা ছাউনীৰ সেনাৰ মাজতেই সংঘৰ্ষ হোৱাৰ সন্দেহ।
  • গুলীচালনা হোৱাৰ সন্দেহ সেনাৰ ছাউনীত।
  • সংঘৰ্ষত নিহত এজন সেনা জোৱান।
  • ইফালে প্ৰাপ্ত খবৰ অনুসৰি আহত হৈছে এজন সেনা।
  • কানুবাৰীস্থিত ২৬১ শিখ ৰেজিমেণ্টত সংঘটিত হৈছে এই ঘটনা।
  • বিয়লি ৩ বজাত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।
  • সেনাৰ দুটা পক্ষৰ মাজত ১০জাঁই গুলীচালনা হোৱাৰ সন্দেহ।
  • গুলীচালনা হোৱাৰ পিছতে কানুবাৰীত হেলিকপ্টাৰ অৱতৰণ কৰে।
  • হেলিকপ্টাৰেৰে মৃত সেনাজনক লৈ যোৱাৰ সন্দেহ।
  • সমগ্ৰ ঘটনাটো গাপ দিয়াৰ বাবে চেষ্টা সেনা বিষয়াসকলে চেষ্টা কৰাৰ সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in