অৰুণাচলত বিধায়কসহ ৫জনক গুলীয়াই হত্যা

অৰুণাচলত বিধায়কসহ ৫জনক গুলীয়াই হত্যা
  • অৰুণাচলত হিংসাত্মক ঘটনা।
  • অৰুণাচলৰ টিৰাপ জিলাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
  • দামালাজুৰ বিধায়ক টিৰং আবুক গুলীয়াই হত্যা।
  • নগা বিদ্ৰোহী সংগঠন এন এছ চি এন(আইএম)ৰ সদস্যই গুলীয়াই হত্যা কৰাৰ সন্দেহ বিধায়কজনক।
  • পাচুটং নামৰ ঠাইত সংঘটিত হৈছে এই ঘটনা।
  • ধাৰাষাৰ গুলীচালনা কৰি হত্যা কৰে বিধায়ক টিৰং আবুক।
  • গুলীচালনাত চালক-দেহৰক্ষীসহ পাঁচজনৰ থিতাতে মৃত্যু।
  • ইফালে জ্বলাই দিলে বিধায়কজনৰ বাহনো।
  • জ্বলাই দিয়া হৈছে বিধায়কজনৰ বাহনখন।
  • উল্লেখ্য যে, টিৰং আবুয়ে এইবাৰো অৰুণাচল বিধানসভাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল।
  • এন পি পিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল টিৰং আবুকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in