এতিয়া কেনে অৰুণ জেটলীৰ স্বাস্থ্য?

এতিয়া কেনে অৰুণ জেটলীৰ স্বাস্থ্য?
  • এইমছত চিকিৎসাধীন হৈ থকা অৰুণ জেটলীৰ স্বাস্থ্য অতি সংকটজনক হৈয়ে আছে।
  • ই চি এম অ আৰু আই এ বি পি চাৰ্পোটেৰে লৈছে শ্বাস-নিশ্বাস।
  • উন্নত হোৱা নাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনৰ স্বাস্থ্য।
  • ৯ আগষ্টত এইমছত ভৰ্ত্তি কৰা হৈছিল অৰুণ জেটলীক।
  • জেটলীৰ স্বাস্থ্য বুজ লবলৈ আজিও এইমছলৈ পুৱাই গৈছে কেইবাজনো জ্যেষ্ঠ নেতা।
  • জেটলীৰ স্বাস্থ্যৰ সন্দৰ্ভত এইমছ কতৃপক্ষই জাৰি কৰা নাই কোনো বুলেটিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in