লাইফ ছাপ’ৰ্ট ছীষ্টেমত ৰখা হৈছে প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীক, নিশা এইমছত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী…

লাইফ ছাপ’ৰ্ট ছীষ্টেমত ৰখা হৈছে প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীক, নিশা এইমছত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী…
  • এইমছত চিকিৎসাধীন হৈ আছে প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলী।
  • প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্য অধিক অৱনতি।
  • লাইফ ছাপ'ৰ্ট ছিষ্টেমত ৰখা হৈছে অৰুণ জেটলীক।
  • দেওবাৰে অৰুণ জেটলীৰ স্বাস্থ্যৰ খবৰ ল'বলৈ এইমছলৈ গৈছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
  • ইফালে, কিছু সময় পূৰ্বেই এইমছত উপস্থিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
  • নিশা ৮ বজালৈ প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ এইমছলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোডী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in