শেহতীয়া খবৰ
কামৰূপ (মঃ)ত লকডাউনৰ শিথিলতা সন্দৰ্ভত দেওবাৰে জনাব সবিশেষ, টুইটাৰযোগে ঘোষণা মুখ্য সচিবৰ...  •  জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুটা সন্ত্ৰাসবাদী...  •  ধেমাজিৰ প্ৰতিস্থিত ব্যৱসায়ী মনোজ চুতীয়াৰ মৃত্যু...  •  মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক  •  চেঙাৰ ছাটাত ড্ৰাগছ ব্যৱসায়িক উত্তম মধ্যম দি ৰাইজে গতালে আৰক্ষীক, VIDEO  •  আনফৰ ফাউণ্ডেশ্যনৰ উদ্যোগত মোৰাঝাৰত ছেনিটাইজেশ্যন  •  সৰ্বানন্দ সোণোৱাল ৰাজহাড় নাইকীয়া মুখ্যমন্ত্ৰীঃ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, VIDEO  •  শ্ৰীশ্ৰীগুৰু পূৰ্ণিমাত গুৰু বন্দনা কৰিবলৈ ৰাজ্যবাসীক আহ্বান শিশু শিক্ষা সমিতিৰ... VIDEO  •  দিল্লীত ৯৭ সহস্ৰাধিকলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা, ২৪ ঘন্টাত ২৫০৫জনৰ দেহত কোভিড-১৯...  •  বিজেপি নিৰ্বাচন জয়ী হোৱাৰ যন্ত্ৰ নহয়ঃ প্ৰধানমন্ত্ৰী

প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ স্বাস্থ্য অতি সংকটজনক

649
  • অৰুণ জেটলীৰ অৱস্থা অতি সংকটজনক।
  • নিশা ১০.৩০ বজাৰ মেডিকেল বুলেটিন প্ৰকাশ কৰা নাই এইমছে।
  • ভেন্টিলেশ্যনত আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
  • ৬৬ বছৰীয়া জেটলীৰ আশু আৰোগ্য কামনা দেশবাসীৰ।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও সন্ধিয়া গৈ খবৰ লৈছিল জেটলীৰ।
  • শুকুৰবাৰৰ পুৱা ভাগত শ্বাস-প্ৰশ্বাসনৰ অসুবিধাৰ বাবে জেটলীক ভৰ্তি কৰা হৈছিল এইমছত।
  • অভিজ্ঞ চিকিৎসকৰ এটা দলে নিৰন্তৰ নজৰ ৰাখিছে জেটলীৰ স্বাস্থ্যৰ।
  • ৰাজনাথ সিঙেও গৈ স্বাস্থ্যৰ খবৰ লৈছিল অৰুণ জেটলীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি