অতি সংকটজনক প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ অৱস্থা…

অতি সংকটজনক প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ অৱস্থা…
  • লাইফ ছাপ'ৰ্ট ছিষ্টেমত চিকিৎসাধীন হৈ থকা অৰুণ জেটলীৰ স্বাস্থ্যৰ বুজ ল'বলৈ এইমছলৈ পুনৰ যোৱাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী।
  • ৯ আগষ্টত এইমছত ভৰ্তি কৰা হৈছিল অৰুণ জেটলীক।
  • বৰ্তমান এক্সট্ৰা ক'ৰ্পৰেল মেম্ব্ৰেন অক্সিজেনেশ্যন আৰু ইন্ট্ৰা-এৰ'টিক বেলুন পাম্পৰ ছাপৰ্টত আছে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকী।
  • বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত আছে এইমছত।
  • অৰবিন্দ কেজৰিৱালেও বুজ লয় জেটলীৰ স্বাস্থ্যৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in